মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সংসদীয় পৰিক্ৰমা

সম্ভাৱনাময় ভৱিষ্যতৰ উদ্যোগ

অসম সংসদীয় অধ্যয়ন আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান স্থাপনৰ প্ৰস্তাৱ-

           অসম সংসদীয় অধ্যয়ন আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ স্থাপন – এই প্ৰতিষ্ঠান ভাৰত চৰকাৰৰ সংসদীয় অধ্যয়ন আৰু প্ৰশিক্ষণ দপ্তৰৰ আধাৰত স্থাপনৰ প্ৰস্তাৱ লোৱা হৈছে। এই ক্ষেত্ৰত আৱশ্যকীয় দিহা-পৰামৰ্শ ভাৰত চৰকাৰৰ পৰা লাভ কৰিব।

           প্ৰতিষ্ঠানটোৱে বিধানসভাৰ বিষয়ববীয়া, বিভিন্ন বিভাগৰ কৰ্মচাৰী-বিষয়া, ছাত্ৰ-ছাত্ৰী তথা অংশীদাৰিত্ব থকা ব্যক্তি সকলোৰে পাৰদৰ্শিতাৰ মাপকাঠিৰ দুই দিশেৰে নিৰ্ণয় কৰিবলৈ সক্ষম হব।

           এই সংক্ৰান্তত এক সঠিক আলোচনাৰ পিছত এটি থুল-মূল আভাসৰ খচৰা দিয়া হব। প্ৰতিষ্ঠানটো গঢ় লৈ উঠিবলৈ প্ৰয়োজন হোৱা খৰচৰ তালিকা অসম চৰকাৰৰ সংসদীয় পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা দাখিল কৰিব।